মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

News18 Assam | News18-Assam
Updated:May 13, 2021, 5:51 PM IST
আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিভিন্ন সত্ৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগলৰ বাবে সেৱা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিভিন্ন সত্ৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগলৰ বাবে সেৱা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
আধ্যাত্মিকতাৰ পীঠস্থান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীৰ আশিস-নিৰ্মালী লোৱাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগলৰ বাবে সেৱা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



বৈষ্ণৱ পীঠ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআউনিআটী সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে। সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ লগতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।



শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ বৰভঁৰালত সংৰক্ষিত ৩৬৫ বছৰীয়া অক্ষয় বন্তিগছি দৰ্শন কৰাৰ লগতে সত্ৰাধিকাৰৰ পৰা প্ৰতীকী ৰূপত ৰজাদিনীয়া তামৰ মুদ্ৰা গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।



মাজুলীৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীৰ আশিস-নিৰ্মালী লোৱাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগলৰ বাবে সেৱা জনালে মুখ্যমন্ত্ৰীয়ে।

Published by: Kokil Sarma
First published: May 13, 2021, 5:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি