• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma: সূৰ্যাস্তৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

CM Himanta Biswa Sarma: সূৰ্যাস্তৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীয়ে কয়, "বন্যপ্ৰাণী সুৰক্ষা আইন মতে এনে কোনো কথা নাই যে ৰাষ্ট্ৰীয় উদ্যানত ৰাতি সোমাব নোৱাৰে ৷ Wildlife Wadenএ অনুমতি দিলে ৰাতি দুই বজাতো সোমাব পাৰে ৷"

  • Share this:
সূৰ্যাস্তৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত প্ৰৱেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। শনিবাৰে সদগুৰুৰ সৈতে নিশা কাজিৰঙাত জীপ ছাফাৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে বন্যপ্ৰাণী সুৰক্ষা আইন মতে সূৰ্যাস্তৰ পিছত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দেওবাৰে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়াৰ।

মুখ্যমন্ত্ৰীয়ে কয়, "বন্যপ্ৰাণী সুৰক্ষা আইন মতে এনে কোনো কথা নাই যে ৰাষ্ট্ৰীয় উদ্যানত ৰাতি সোমাব নোৱাৰে ৷ Wildlife Wadenএ অনুমতি দিলে ৰাতি দুই বজাতো সোমাব পাৰে ৷"

তেওঁ লগতে কয়, "কাজিৰঙাৰ ৰাস্তাৰ কিছু মেৰামতি হোৱা নাই ৷ কাম চলি আছে, হৈ গ'লেই দুই-এদিনতে খুলি দিব ৷ সদগুৰুৰ পবিত্ৰ হাতেৰে মুকলি হৈছে ৷ বিশ্বজুৰি এক বাৰ্তা গৈছে ৷ কাজিৰঙাত সদগুৰু আৰু গুৰু ৰবিশংকৰ অহাত এক বাৰ্তা গৈছে বিশ্বজুৰি । দুয়োজনৰ অনুগামী বহুত আছে ৷ ইয়াৰ ফলত এইবাৰ কাজিৰঙাত পৰ্যটকৰ সংখ্যা আগতকৈ বাঢ়িব বুলি আশা কৰিছোঁ ৷"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি