মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak | এটা চক্ৰই পৰীক্ষাৰ পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

HSLC Paper Leak | এটা চক্ৰই পৰীক্ষাৰ পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

এই ঘটনাৰ বাবে আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া বুলি টুইট কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰণোজ পেগুৰ টুইট ৰিটুইট কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
ভুৱা প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। ছচিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা চক্ৰই পৰীক্ষাৰ পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্নকাকত ফাদিল হোৱাৰ ভুৱা প্ৰচাৰ কৰি ষড়যন্ত্ৰ কৰিছে। কোন জড়িত আছে চিনাক্ত কৰি ব্যৱস্থা লোৱা হ’ব বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই ঘটনাৰ বাবে আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া বুলি টুইট কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰণোজ পেগুৰ টুইট ৰিটুইট কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে আজি এক দুষ্টচক্ৰই WhatsAppত ভূগোলৰ পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰিছিল।

শেহতীয়া বাতৰি