মুখ্যপৃষ্ঠা » খবৰ

» অসম

»No electricity bill, No salary: বিদ্যুতৰ বিল পৰিশোধ কৰাৰ Receipt দিয়াৰ পিছতহে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা! মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

No electricity bill, No salary: বিদ্যুতৰ বিল পৰিশোধ কৰাৰ Receipt দিয়াৰ পিছতহে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা! মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

Himangshu Bhuyan | News18-Assam
Updated:June 19, 2021, 1:41 PM IST
No electricity bill, No salary: বিদ্যুতৰ বিল পৰিশোধ কৰাৰ Receipt দিয়াৰ পিছতহে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা! মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা
বিদ্যুতৰ বিল পৰিশোধ নকৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ নকৰিব দৰমহা।

বিদ্যুতৰ বিল পৰিশোধ নকৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ নকৰিব দৰমহা।

  • Share this:
বিদ্যুতৰ বিল পৰিশোধ নকৰা ৰাজ্যিক কৰ্মচাৰীৰ সন্মুখত নতুন বিপদ! কৰ্মচাৰীসকলে বিদ্যুতৰ বিল পৰিশোধ কৰা Receipt  নিজৰ নিজৰ বিভাগত জমা দিয়াৰ পিছতে দৰমহাৰ বিল জমা দিবলৈ বিভাগ সমূহক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



উল্লেখ্য যে, যেতিয়ালৈকে ৰাজ্যিক কৰ্মচাৰীয়ে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ Receipt জমা নিদিব, তেতিয়ালৈকে দৰমহাৰ বাবে বিভাগ সমূহে কোষাগাৰত জমা নিদিব বিল। এই নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে APDCLৰ ফালৰ পৰা জাৰি কৰা পত্ৰত উল্লেখ কৰা হৈছে এই কথা।
Published by: Himangshu Bhuyan
First published: June 19, 2021, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি