যান-বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰাই পৰৱৰ্তী লক্ষ্য হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কম স্পীডত যানবাহন চলালে কি ক্ষতি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
যান-বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰাই পৰৱৰ্তী লক্ষ্য হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কম স্পীডত যানবাহন চলালে কি ক্ষতি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
''গাড়ীৰ স্পীড লিমিট ৪০ হ'লে কি ক্ষতি? মন্ত্ৰী যায় যাওক, মৰিব দিয়ক
আপুনি নাযাব। আপুনি জেং নকৰিব। হেলমেট নিপিন্ধাকৈ নাযাব। ৯০ শতাংশ মানুহে হেলমেট পিন্ধা হৈছে। শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি? শিৱই বিহ খাইছিল, আপুনি বিহ খাব পাৰিব?''-শুকুৰবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যান-বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰাই পৰৱৰ্তী লক্ষ্য হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে কম স্পীডত যানবাহন চলালে কি ক্ষতি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। স্পীড কণ্ট্ৰোল কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, 'মোৰ মাক পুত্ৰহাৰা দেখিব নিবিচাৰো। মোক পত্নীক বিধৱা সাজিব নিবিছাৰো। স্পীড লিমিট কমোৱাটো মোৰ পৰৰ্ৱতী পৰিকল্পনা।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|