• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়াৰে পৰা ১২৫০ টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰিব চৰকাৰে

এতিয়াৰে পৰা ১২৫০ টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰিব চৰকাৰে

এইবাৰৰ পৰা ১০০০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হ’ব। ২৫০ টকা বিদ্যুতৰ মাচুল হিচাপত দিব।

এইবাৰৰ পৰা ১০০০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হ’ব। ২৫০ টকা বিদ্যুতৰ মাচুল হিচাপত দিব।

এইবাৰৰ পৰা ১০০০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হ’ব। ২৫০ টকা বিদ্যুতৰ মাচুল হিচাপত দিব।

  • Share this:
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় মাহৰ। অৰুণোদয় মাহ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়, অৰুণোদয় হ’ল অসমৰ আটাইতকৈ ডাঙৰ আঁচনি। আৰম্ভণিতে ৮৩০টা পাইছিল হিতাধিকাৰীয়ে। আৰম্ভণিতে ২০ লাখ হিতাধিকাৰীয়ে পাইছিল ধন। পৰৱৰ্তী সময়ত ৮৩০ টকাৰ পৰা বৃদ্ধিহৈ ১০০০ টকা হৈছিল। এইবাৰৰ পৰা ১০০০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হ’ব। ২৫০ টকা বিদ্যুতৰ মাচুল হিচাপত দিব।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আৰু ৬ লাখ নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন। অৰুণোদয়ৰ হিতাধিকাৰীৰ লিষ্ট পৰীক্ষা কৰিব চৰকাৰে। আজিৰে পৰা NCC, NSS, নেহৰু যুৱ কেন্দ্ৰ, স্কাউট এণ্ড গাইডৰ যুৱক–যুৱতীয়ে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব। কাৰণ পূৰ্বৰ হিতাধিকাৰীৰ বহু লোকৰ পৰোলোকপ্ৰাপ্তি হৈছে, বহুতে চাকৰি লাভ কৰিছে, বহুতে স্বেচ্চাই এৰিব বিচাৰিছে।’’
Published by:Sanjay Kumar Das
First published: