உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma : জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Himanta Biswa Sarma : জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    • Share this:
    জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি বিশিষ্ট কবিগৰাকীৰ মালিগাঁওস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। উত্তৰ প্ৰদেশৰ পৰা উভতি আহিয়ে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক সাক্ষাৎ কৰিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

    কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নীলমণি ফুকনৰ স্বাস্থ্যৰো বুজ লয়। বৰ্তমান কবিগৰাকীৰ স্বাস্থ্য ভাল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, তেওঁ মোৰ সৈতে খুব সুন্দৰভাৱে কথা পাতিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: