உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: ১০ মে'ৰ পূৰ্বে ৰাজ্যত বৃহত্‍ নিযুক্তি প্ৰক্ৰিয়া! শিক্ষা বিভাগত ২৫ হাজাৰ, স্বাস্থ্য বিভাগত ৫ হাজাৰ, অসম আৰক্ষীৰ লগতে কোন বিভাগত কিমান পদত দিব নিযুক্তি, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    Himanta Biswa Sarma: ১০ মে'ৰ পূৰ্বে ৰাজ্যত বৃহত্‍ নিযুক্তি প্ৰক্ৰিয়া! শিক্ষা বিভাগত ২৫ হাজাৰ, স্বাস্থ্য বিভাগত ৫ হাজাৰ, অসম আৰক্ষীৰ লগতে কোন বিভাগত কিমান পদত দিব নিযুক্তি, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে কঢ়িয়াই ভাল খবৰ।

    সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে কঢ়িয়াই ভাল খবৰ।

    সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে কঢ়িয়াই ভাল খবৰ।

    • Share this:

    • দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

    • সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে কঢ়িয়াই ভাল খবৰ।

    • ১০ মে'ৰ পূৰ্বে ৰাজ্যত বৃহত্‍ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব।

    • শিক্ষা বিভাগত ২৫ হাজাৰ নিযুক্তি দিয়াৰ লক্ষ্য বান্ধিছে চৰকাৰে।

    • সেইদৰে অসম আৰক্ষীত ১৬ হাজাৰ নিযুক্তি দিয়াৰ সিদ্ধান্ত। ইয়াৰ বাবে ৫ হাজাৰ কামাণ্ডো বেটেলিয়ানৰ বাবে নতুন পদ সৃষ্টি কৰা হৈছে।

    • স্বাস্থ্য বিভাগত ৫ হাজাৰ নিযুক্তিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। 

    Published by:Himangshu Bhuyan
    First published: