• Home
  • »
  • News
  • »
  • assam
  • »
  • 'গ'লকীপাৰ নোহোৱাকৈ খেলপথাৰত নামিছে কংগ্ৰেছ'- তামুলপুৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° শৰ্মা

'গ'লকীপাৰ নোহোৱাকৈ খেলপথাৰত নামিছে কংগ্ৰেছ'- তামুলপুৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° শৰ্মা

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই তামুলপুৰত চলাই নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ সভাত কংগ্ৰেছৰ দলক আক্ৰামণৰ লক্ষ্য লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
উপ নিৰ্বাচনত প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই তামুলপুৰত চলাই নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ সভাত কংগ্ৰেছৰ দলক আক্ৰামণৰ লক্ষ্য লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ দলৰ তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'গ'লকীপাৰ নোহোৱাকৈ খেলপথাৰত নামিছে কংগ্ৰেছ।'

তামুলপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীজনক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, “তামুলপুৰ চিনিয়েই নাপায় কংগ্ৰেছৰ প্ৰাৰ্থীজনে ৷ কংগ্ৰেছৰ প্ৰাৰ্থীজনতকৈ মই তামোলপুৰ আহি আহি বেছিকৈ তামোলপুৰক চিনি পোৱা হ'লো ৷”

মুখ্যমন্ত্ৰীয়ে এৰা এইপাত শৰে একেকোবে বিন্ধেগৈ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিয়ে কয় যে "গ'লকীপাৰ নোহোৱাকৈ কোনে নামিব খেলপথাৰত? আমাৰ গ'লকীপাৰ আছে আৰু আমি খেলত জিকিম ৷”
Published by:Himangshu Bhuyan
First published: