உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাজুলীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাস উদযাপন সমিতিসমূহলৈ আগবঢ়ালে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য

    মাজুলীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাস উদযাপন সমিতিসমূহলৈ আগবঢ়ালে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য

    দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ অভিযানত সহায় কৰা ৫০ গৰাকী লোকক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জনোৱাৰ লগতে ২৫ হাজাৰকৈ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়।

    • Share this:
    ৰাসৰ বতৰত মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাজুলীত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  উদযাপন সমিতিসমূহলৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়।

    উল্লেখ্য যে,  মাজুলীৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত NDRF আৰু SDRFৰ ২০৯গৰাকী বিষয়া-কৰ্মচাৰীয়ে উদ্ধাৰ অভিযানত অংশ লৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NDRF , SDRF তথা আৰক্ষী , প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকললৈ কৃতজ্ঞতা জনায়।

    দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ অভিযানত সহায় কৰা ৫০ গৰাকী লোকক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জনোৱাৰ লগতে ২৫ হাজাৰকৈ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়।
    Published by:Himangshu Bhuyan
    First published: