• Home
  • »
  • News
  • »
  • assam
  • »
  • HS Exam Result: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰীৰ

HS Exam Result: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে।

  • Share this:
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ২৭ জুনত। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে। ঘোষণা অনুসৰি
পুৱা ৯ বজাত ফলাফল পাব ছাত্ৰ-ছাত্ৰীয়ে।





উল্লেখ্য, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ ২,৪৯,৮১২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

এই ৱেবছাইটত পাব ফলাফল



sebaonline.org
resultsassam.nic.in
results.shiksha

assamresult.in
assamresult.co.in
Published by:Gautam Barman
First published: