প্ৰদেশ কংগ্ৰেছত সংঘাত স্পষ্ট, এন এছ ইউ আয়ে এলাগি কৰিলে ৰিপুণ বৰাক!

কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ তৰফৰ পৰা প্ৰচাৰ কৰা পোষ্টাৰত নাই ৰিপুণ বৰাৰ ফটো।

news18assam
Updated:June 6, 2019, 10:05 AM IST
প্ৰদেশ কংগ্ৰেছত সংঘাত স্পষ্ট, এন এছ ইউ আয়ে এলাগি কৰিলে ৰিপুণ বৰাক!
কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ তৰফৰ পৰা প্ৰচাৰ কৰা পোষ্টাৰত নাই ৰিপুণ বৰাৰ ফটো।
news18assam
Updated: June 6, 2019, 10:05 AM IST
প্ৰদেশ কংগ্ৰেছত সংঘাত স্পষ্ট। কংগ্ৰেছৰ ঈদৰ শুভেচ্ছাৰ পোষ্টাৰত স্থান নাপালে সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ তৰফৰ পৰা প্ৰচাৰ কৰা পোষ্টাৰত নাই ৰিপুণ বৰাৰ ফটো। এনএছইউআইৰ ৰাজ্যিক মুখপাত্ৰ তাঞ্জিল হুছেইনে ছচিয়েল মিডিয়াৰ জৰিয়ত প্ৰচাৰ কৰিছিল এই শুভেচ্ছাবাণী। পোষ্টাৰত ৰাহুল গান্ধী, তৰুণ গগৈ, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন স্থান পালে, কিন্তু নাপালে ৰিপুণ বৰাই। ইয়াৰ বিপৰীতে পোষ্টাৰত দেখা গ’ল যুৱ কংগ্ৰেছৰ সভাপতিৰ ফটো। উল্লেখযোগ্য যে তাঞ্জিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি