APCCত ৰিপুণ–দেৱব্ৰত হাটাও অভিযান, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব তৰুণ গগৈ!

ছোনিয়া গান্ধীলৈ ১৩ কংগ্ৰেছী বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ। দেৱব্ৰত শইকীয়াক ভয়াতুৰ আখ্যা কংগ্ৰেছী বিধায়কৰ।

News18-Assam
Updated:November 5, 2019, 3:58 PM IST
APCCত ৰিপুণ–দেৱব্ৰত হাটাও অভিযান, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব তৰুণ গগৈ!
ছোনিয়া গান্ধীলৈ ১৩ কংগ্ৰেছী বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ। দেৱব্ৰত শইকীয়াক ভয়াতুৰ আখ্যা কংগ্ৰেছী বিধায়কৰ।
News18-Assam
Updated: November 5, 2019, 3:58 PM IST
আকৌ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হ’ব তৰুণ গগৈ! তৰুণ গগৈ হ’ব প্ৰদেশ কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি। ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতে এই সম্ভাৱনা প্ৰকট হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছত অব্যাহত ৰিপুণ দেৱব্ৰত হটাও অভিযান। সভাপতি পদৰ পৰা ৰিপুণ বৰাক আৰু বিৰোধী দলপতি পদৰ পৰা দেৱব্ৰত শইকীয়াক আঁতৰোৱাৰ দাবীত আজি ছোনিয়া গান্ধীক সাক্ষাৎ কৰে তৰুণ গগৈসহ অসম কংগ্ৰেছৰ এটা দলে। ছোনিয়া গান্ধীলৈ ১৩ কংগ্ৰেছী বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ। দেৱব্ৰত শইকীয়াক ভয়াতুৰ আখ্যা কংগ্ৰেছী বিধায়কৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি