হাটশিঙিমাৰীত প্ৰচণ্ড মাৰপিট, এজন নিহত, আহত ৯জন

News18-Assam
Updated:November 26, 2019, 10:45 AM IST
হাটশিঙিমাৰীত প্ৰচণ্ড মাৰপিট, এজন নিহত, আহত ৯জন
আহতসকলক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

আহতসকলক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

  • News18 Assam
  • Last Updated: November 26, 2019, 10:45 AM IST
  • Share this:
হাটশিঙিমাৰীৰ ফুলেৰচৰত ভূমিকেন্দ্ৰিক সংঘাত। দুই গোটৰ মাজত প্ৰচণ্ড মাৰপিটৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আহত হয় ৯জন। নিহত লোকজনৰ নাম হাজী তহিজ উদ্দিন। আহতসকলক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি