অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত চৰকাৰক ক্ষুৰধাৰ সমলোচনা কৰে প্ৰতিবাদকাৰীসকলে।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত চৰকাৰক ক্ষুৰধাৰ সমলোচনা কৰে প্ৰতিবাদকাৰীসকলে।
ৰঙিয়াৰ কৃষক ভৱনৰ সন্মুখত চিটুৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ। লগতে কিছুদিন পূৰ্বে সংসদত গৃহীত হোৱা কৃষি আইনৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে চিটুৱে। ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাত চৰকাৰক ক্ষুৰধাৰ সমলোচনা কৰে প্ৰতিবাদকাৰীসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|