তিনিচুকীয়াত কাঞ্চনজংঘা চাবলৈ দৰ্শকৰ ভিৰ, ছবিগৃহৰ গে’টত তলা

অসমীয়া চিনেমা বন্ধ কৰাৰ এয়া এক কৌশল বুলি অভিযোগ একাংশ দৰ্শকৰ।

News18-Assam
Updated:September 6, 2019, 12:06 PM IST
তিনিচুকীয়াত কাঞ্চনজংঘা চাবলৈ দৰ্শকৰ ভিৰ, ছবিগৃহৰ গে’টত তলা
অসমীয়া চিনেমা বন্ধ কৰাৰ এয়া এক কৌশল বুলি অভিযোগ একাংশ দৰ্শকৰ।
News18-Assam
Updated: September 6, 2019, 12:06 PM IST
তিনিচুকীয়াত জুবিন গাৰ্গৰ কাঞ্চনজংঘা চাবলৈ আহি বিমুখ দৰ্শক। ৰাষ্ট্ৰীয় বজৰংগ দলে আহ্বান জনোৱা অসম বন্ধৰ বাবে বন্ধ ৰখা হ’ল ছবিগৃহ। তিনিচুকীয়াৰ ATC ছবিগৃহ আৰু ৰংঘৰ ছবিগৃহ খোলাৰ দাবী দৰ্শকৰ। পুৱাই ছবিখন উপভোগ কৰিবলৈ ছবিগৃহলৈ আহিছিল দৃৰ্শকসকল। অসমীয়া চিনেমা বন্ধ কৰাৰ এয়া এক কৌশল বুলি অভিযোগ একাংশ দৰ্শকৰ। আজি পুৱাই বন্ধক লৈ ডিব্ৰুগড়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি