বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত পুৱাই CIDৰ তালাচী, কি পালে CIDৰ দলে?

News18 Assam | News18-Assam
Updated:December 26, 2019, 10:15 AM IST
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত পুৱাই CIDৰ তালাচী, কি পালে CIDৰ দলে?
ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। বৰ্তমান গুৱাহাটীত চি আই ডিৰ জিম্মাত আছে শৃংখল।

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। বৰ্তমান গুৱাহাটীত চি আই ডিৰ জিম্মাত আছে শৃংখল।

  • News18 Assam
  • Last Updated: December 26, 2019, 10:15 AM IST
  • Share this:
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত চি আই ডিৰ তালাচী অভিযান। শিৱসাগৰৰ ফুকন নগৰৰ ঘৰত তালাচী চলালে চি আই ডিৰ দলে। পুৱাই শৃংখল চলিহাৰ ঘৰত উপস্থিত হয় চি আই ডিৰ দল। অভিযানকাৰী দলে জব্দ কৰে শৃংখলৰ মাতৃৰ মোবাইল। ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। বৰ্তমান গুৱাহাটীত চি আই ডিৰ জিম্মাত আছে শৃংখল।
আৰু চাওক
পৰৱৰ্তী বাতৰি