
১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ।
১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ।
ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ৷ SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে। বিশেষ আদালতত চাৰ্জশ্বিট দাখিল চিআইডিৰ। তিনিমাহ সম্পূৰ্ণ হোৱাৰ দুদিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে।
১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ। চাৰ্জশ্বিটত আছে ৩৫ গৰাকী সাক্ষীৰ CrPCৰ 164 জবানবন্দী, ৫ জন অভিযুক্তৰ CrPCৰ 164 জবানবন্দী৷ লগত আছে ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন৷ চাৰ্জশ্বিটৰ লগত ৪০০০ পৃষ্ঠাৰ নথি সংলগ্ন কৰি দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|