গভীৰ অৰণ্যৰ মাজত হঠাত এজন খৰিকটীয়াক কোনে গুলীচালনা কৰিলে ?

News18 Assam | News18-Assam
Updated:May 4, 2021, 10:59 PM IST
গভীৰ অৰণ্যৰ মাজত হঠাত এজন খৰিকটীয়াক কোনে গুলীচালনা কৰিলে ?
ভাৰত-ভূটান সীমান্তৰ হাতীচাৰৰ চাৰি নং বনগাঁৱত গুলীবিদ্ধ হৈছে এজন লোক৷ জংঘলৰ পৰা খৰি কাটি উভতি অহাৰ সময়তে বালে বসুমতাৰী নামৰ লোকজন গুলীবিদ্ধ হয় ৷

ভাৰত-ভূটান সীমান্তৰ হাতীচাৰৰ চাৰি নং বনগাঁৱত গুলীবিদ্ধ হৈছে এজন লোক৷ জংঘলৰ পৰা খৰি কাটি উভতি অহাৰ সময়তে বালে বসুমতাৰী নামৰ লোকজন গুলীবিদ্ধ হয় ৷

  • Share this:
চিৰাঙত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ ভাৰত-ভূটান সীমান্তৰ হাতীচাৰৰ চাৰি নং বনগাঁৱত গুলীবিদ্ধ হৈছে এজন লোক৷ জংঘলৰ পৰা খৰি কাটি উভতি অহাৰ সময়তে বালে বসুমতাৰী নামৰ লোকজন গুলীবিদ্ধ হয় ৷

সৌভাগ্যক্ৰমে শৰীৰৰ আন অংশৰ পৰিৱৰ্তে লোকজনৰ ভৰিত গুলীটো লাগে যদিও গুলীচালনাৰ আঁৰত কোন এই বিষয়ে অবগত নহয়৷ ঘন জংঘলৰ পৰা দুৰ্বৃত্তই গুলিচালনা কৰা বুলি লোকজনে সন্দেহ কৰিছে ৷ আহত লোকজনক শীঘ্ৰেই টুকুৰাঝাৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ৷
Published by: Kokil Sarma
First published: May 4, 2021, 10:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি