মুখ্যপৃষ্ঠা » খবৰ

» অসম

»News 18 ৰ বাতৰিৰ প্ৰভাৱ ! অৱশেষত জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰিলে বিভাগীয় কৰ্তৃপক্ষই...

News 18 ৰ বাতৰিৰ প্ৰভাৱ ! অৱশেষত জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰিলে বিভাগীয় কৰ্তৃপক্ষই...

News18 Assam | News18-Assam
Updated:August 28, 2021, 1:06 PM IST
News 18 ৰ বাতৰিৰ প্ৰভাৱ ! অৱশেষত জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰিলে বিভাগীয় কৰ্তৃপক্ষই...
নিউজ ১৮ ৰ বাতৰিৰ প্ৰভাৱ ৷ চিৰাঙৰ (Chirang) চাপাগুৰীৰ পৰা আমটেকা লৈ যোৱা পথৰ (Damage Road) মেৰামতিৰ (Repair) কাম অৱশেষত আৰম্ভ হ’ল ৷

নিউজ ১৮ ৰ বাতৰিৰ প্ৰভাৱ ৷ চিৰাঙৰ (Chirang) চাপাগুৰীৰ পৰা আমটেকা লৈ যোৱা পথৰ (Damage Road) মেৰামতিৰ (Repair) কাম অৱশেষত আৰম্ভ হ’ল ৷

  • Share this:
নিউজ ১৮ ৰ বাতৰিৰ প্ৰভাৱ ৷ চিৰাঙৰ (Chirang) চাপাগুৰীৰ পৰা আমটেকা লৈ যোৱা পথৰ (Damage Road) মেৰামতিৰ (Repair) কাম অৱশেষত আৰম্ভ হ’ল ৷ দীৰ্ঘ দিনে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা পথটো যাতায়াতৰ অনুপোযোগী হৈ পৰিছিল ৷

ৰাইজৰ সমস্যাৰ বিষয়ে নিউজ ১৮ অসমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ কাম আৰম্ভ কৰে ৷ জৰাজীৰ্ণ পথটো মেৰামতিৰ কাম আৰম্ভ হোৱাত স্থানীয় লোকসকলে সাময়িকভাৱে সকাহ লাভ কৰা পৰিলক্ষিত হৈছে ৷
Published by: Kokil Sarma
First published: August 28, 2021, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি