আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এই ফলাফলত শীৰ্ষত আছে চিৰাং জিলা ৷ চিৰাঙৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৮% ৷ বৰপেটাত ৭৩.২৩, বঙাইগাঁৱত ৮১.৬৯, বাক্সা ৮৪.১৯, চিৰাঙত ৮৮.৬৮, কাছাৰত ৬৩.৯৯, ধুবুৰী ৬৩.৩৫, দৰঙত ৭৯.৫৮, ধেমাজি ৭২.৩৩, ডিব্ৰুগড় ৬৪.৭৮, গোৱালপাৰা ৫৯.৮০, গোলাঘাট ৭৮.২৪, হাইলাকান্দি ৭৯.২০, যোৰহাট ৭১.৬৫, কামৰূপ ৭৪.৩২, কাৰ্বি আংলং ৭৫.৪৭, কৰিমগঞ্জ ৬৯.৯২, কোকৰাঝাৰ ৬৬.৪০, লখিমপুৰ ৭৫.৭৯, মৰিগাঁও ৭০.৮২, নগাঁও ৭৫.৮৮, নলবাৰী ৮৮.০২, ডিমা হাচাও ৮৮.১২, শিৱসাগৰ ৮৮.৪০, শোণিতপুৰ ৬৭.৭৬, তিনিচুকীয়া ৭৫.৪২, ওদালগুৰি ৬৫.৩৭, কামৰূপ (ম) ৭৭.১৮, বিশ্বনাথ ৬৩.৪৬, চৰাইদেউ ৭৮.৩৫, হোজাই ৬৫.৯৮, মাজুলী ৭৮.৫৯, দক্ষিণ শালমৰা ৭১.৬০, পশ্চিম কাৰ্বি আংলং ৬৬.৩৩ ৷
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 12:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।