• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা, চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল দুটি শিশু

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা, চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল দুটি শিশু

দুদিন পূৰ্বে চিকিৎসালয় খনৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকীৰ দুই সন্তান। যোৱানিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ।

  • Share this:
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল দুটি শিশু। চিকিৎসালয়খনত ভৰ্তি হৈ আছিল মাতৃ কৰুণা। অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত ভৰ্তি হৈ আছিল মাতৃ কৰুণা।

দুদিন পূৰ্বে চিকিৎসালয় খনৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকীৰ দুই সন্তান। যোৱানিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ। ইয়াৰ পিছতে দুই সন্তানক বিচাৰি হাহাকাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ।

বৰ্তমানলৈকে মহিলাগৰাকীৰ মৃতদেহ চমজি ল'বলৈ অহা নাই পৰিয়ালৰ লোক। ঘটনাক লৈ চিকিৎসালয়খনত তীব্ৰ চাঞ্চল্য।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি