মৰিগাঁৱত পথাৰত উদ্ধাৰ হ’ল ৭ বছৰীয়া শিশুৰ মৃতদেহ

নিহত শিশুটিৰ নাম প্ৰণৱ ডেকা। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি।

news18assam
Updated:July 4, 2019, 9:38 AM IST
মৰিগাঁৱত পথাৰত উদ্ধাৰ হ’ল ৭ বছৰীয়া শিশুৰ মৃতদেহ
নিহত শিশুটিৰ নাম প্ৰণৱ ডেকা। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি।
news18assam
Updated: July 4, 2019, 9:38 AM IST
মৰিগাঁৱত দ গাঁতত পৰি এটি ৭ বছৰীয়া মৃত্যু এটি শিশুৰ। নিহত শিশুটিৰ নাম প্ৰণৱ ডেকা। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি। পৰিয়ালৰ লোকে বহু বিচাৰ–খোচাৰ কৰিও সন্ধান হোৱা নাছিল শিশুটিৰ। আজি পুৱা লাহৰীঘাটৰ মহমাৰী পথাৰত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।
আৰু চাওক পৰৱৰ্তী বাতৰি