পুখুৰীত উদ্ধাৰ কণমানি নুৰিজাৰ মৃতদেহ

দক্ষিণ কামৰূপৰ সোণতলীত শিশুৰ সলিলসমাধি। ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত দুই বছৰীয়া কন্যা শিশুটিৰ নাম নুৰিজা বেগম।

news18assam
Updated:May 16, 2019, 11:49 AM IST
পুখুৰীত উদ্ধাৰ কণমানি নুৰিজাৰ মৃতদেহ
দক্ষিণ কামৰূপৰ সোণতলীত শিশুৰ সলিলসমাধি। ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত দুই বছৰীয়া কন্যা শিশুটিৰ নাম নুৰিজা বেগম।
news18assam
Updated: May 16, 2019, 11:49 AM IST
দক্ষিণ কামৰূপৰ সোণতলীত শিশুৰ সলিলসমাধি। ৰঙাপানী গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত দুই বছৰীয়া কন্যা শিশুটিৰ নাম নুৰিজা বেগম। পুৱা ঘৰৰ পৰা নিখোজ হৈছিল শিশুটি। পৰিয়ালৰ লোকে বিচাৰ–খোচাৰ কৰাত পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। খেলি থকা অৱস্থাতে পুখুৰীত পৰি শিশুটিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৰাইজে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।
আৰু চাওক পৰৱৰ্তী বাতৰি