শুই থকা অৱস্থাতে প্ৰকাণ্ড বনৰীয়া হাতীৰ আক্ৰমণ, পানীখাইতীত নিহত এটি শিশু

বন্যহস্তীৰ আক্ৰমণত আহত হয় এটি ৭ বছৰীয়া শিশু।

News18-Assam
Updated:October 20, 2019, 9:33 AM IST
শুই থকা অৱস্থাতে প্ৰকাণ্ড বনৰীয়া হাতীৰ আক্ৰমণ, পানীখাইতীত নিহত এটি শিশু
বন্যহস্তীৰ আক্ৰমণত আহত হয় এটি ৭ বছৰীয়া শিশু।
News18-Assam
Updated: October 20, 2019, 9:33 AM IST
দেওবাৰে পুৱা মহানগৰীৰ পানীখাইতীৰ লাহাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এটি ১২ বছৰীয়া শিশু। মৃত শিশুটিৰ নাম সীমা বৰ্মন। বন্যহস্তীৰ আক্ৰমণত আহত হয় এটি ৭ বছৰীয়া শিশু। পুৱতিনিশা প্ৰায় ৩ বজাত তৈলন বৰ্মন নামৰ লোকজনৰ পৰিয়ালটোৱে শুই থকা অৱস্থাতে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। হাতীটোৱে ঘৰ–দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে। দুই কন্যা সন্তানসহ পিতৃ–মাতৃয়ে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে হাতীৰ গচকত মৃত্যু হয় কণমানিটিৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি