মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid 19 SOP: নতুন SOP কাৰ্যকৰী হ'ব অহা বৃহস্পতিবাৰৰ পৰা– ক'লে মুখ্যমন্ত্ৰীয়ে

Covid 19 SOP: নতুন SOP কাৰ্যকৰী হ'ব অহা বৃহস্পতিবাৰৰ পৰা– ক'লে মুখ্যমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:July 18, 2021, 5:10 PM IST
Covid 19 SOP: নতুন SOP কাৰ্যকৰী হ'ব অহা বৃহস্পতিবাৰৰ পৰা– ক'লে মুখ্যমন্ত্ৰীয়ে
নতুন SOPত ‍বৰ্তমানৰ SOPৰ কিছু সালসলনি কোভিড পৰিস্থিতি অনুযায়ী কৰা হ'ব।

নতুন SOPত ‍বৰ্তমানৰ SOPৰ কিছু সালসলনি কোভিড পৰিস্থিতি অনুযায়ী কৰা হ'ব।

  • Share this:

কোভিডৰ ক্ৰমবৰ্ধমান পৰিস্থিতিত ৰাজ্য চৰকাৰে ঘোষণা কৰিব নতুন SOP। জানিব পৰা মতে, এই নতুন SOPত ‍বৰ্তমানৰ SOPৰ কিছু সালসলনি কোভিড পৰিস্থিতি অনুযায়ী কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জানিবলৈ দিয়ে যে নতুন SOP আজি ১৮ জুলাইত চূড়ান্ত কৰা হ'ব আৰু বৃহস্পতিবাৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব।


মুখ্যমন্ত্ৰী শৰ্মাই কয়– "নতুন SOP আজি চূড়ান্ত কৰা হ'ব, কিন্তু ই বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ'ব।'


এক বিশেষ সূত্ৰ অনুসৰি, চৰকাৰে এনে জিলাবোৰত কাৰ্ফিউৰ সময় কিছু শিথিল কৰিব পাৰে, য'ত কোভিড-১৯ পৰিস্থিতি কিছু উন্নত হৈছে।

Published by: Gautam Barman
First published: July 18, 2021, 5:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি