সলনি হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্নাক বদলি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে বদলি কৰা হৈছে বোপান্নাক

news18assam
Updated:April 19, 2019, 3:44 PM IST
সলনি হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
ব্ৰেকিং নিউজ
news18assam
Updated: April 19, 2019, 3:44 PM IST
সলনি হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ এ এছ বোপান্নাক বদলি। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে বদলি কৰা হৈছে বোপান্নাক। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অনিৰুদ্ধ বসুকো বদলি উচ্চতম ন্যায়ালয়লৈ। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ এই সিদ্ধান্ত।

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ২৭গৰাকী। বোপান্না আৰু বসুৰ সৈতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ’বগৈ ২৯গৰাকী। উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সদস্যপদ ৩১টা।

মুকেশ আম্বানীৰ সফলতাৰ চাৰিটা মন্ত্ৰ :

আৰু চাওক পৰৱৰ্তী বাতৰি