কেতিয়া অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন? কেনেদৰে সাজু হৈছে নিৰ্বাচন আয়োগ?

হোটেল ৰেডিচন ব্লুত দেশৰ নিৰ্বাচনী আয়োগৰ CEC সুনীল অৰোৰাই সম্বোধন কৰে এখন সংবাদমেল।
হোটেল ৰেডিচন ব্লুত দেশৰ নিৰ্বাচনী আয়োগৰ CEC সুনীল অৰোৰাই সম্বোধন কৰে এখন সংবাদমেল।
- News18 Assam
- Last Updated: January 20, 2021, 3:47 PM IST
আগন্তুক নিৰ্বাচন সুকলমে পাৰ হ'ব পৰাকৈ বিভিন্ন আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো আলোচনাত মিলিত হৈছিল নিৰ্বাচনী আয়োগৰ দলটো। উল্লেখ্য যে, ব'হাগ বিহুৰ আগতেই
নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাই আহ্বান জনাইছে নিৰ্বাচন আয়োগক।
আগন্তুক অসম বিধানসভা নিৰ্বাচন ই ভি এমৰ জৰিয়তেই হব বুলি স্পষ্ট কৰি দিয়ে নিৰ্বাচন আয়োগে। নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব পৰ্যবেক্ষক।
আনহাতে অহা ৩১ মে'ত উকলিব বৰ্তমান চৰকাৰৰ কাৰ্যকাল। বিহু, পৰীক্ষা আদি বিষয়ো নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া হৈছে।