মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Durga Puja 2021: ছয়গাঁও ৰাসক্ষেত্ৰত ৩৫ ফুট ওখ মহিষাসুৰৰ মুখা হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু...

Durga Puja 2021: ছয়গাঁও ৰাসক্ষেত্ৰত ৩৫ ফুট ওখ মহিষাসুৰৰ মুখা হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু...

News18 Assam | News18-Assam
Updated:October 12, 2021, 6:38 PM IST
Durga Puja 2021: ছয়গাঁও ৰাসক্ষেত্ৰত ৩৫ ফুট ওখ মহিষাসুৰৰ মুখা হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু...
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাঁৱতো দুৰ্গাপূজাস্থলীত ব্যতিক্ৰমী প্ৰয়াস।  ছয়গাঁও ৰাসক্ষেত্ৰত অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গোৎসৱখনিৰ বিশেষ আকৰ্ষণ ৩৫ ফুট ওখ মহিষাসুৰৰ মূৰ্তি ।

  • Share this:

প্ৰায়  ১২ লাখ টকা বাজেটেৰে ক’ভিড প্ৰট'কল মানি  উদযাপন কৰিবলৈ লোৱা দুৰ্গাপূজাস্থলীৰ মূল গেটত সাজি উলিওৱা হৈছে মহিষাসুৰৰ এই প্ৰকাণ্ড মুখাখন ।  সপ্তমী পূজাৰ পুৱা মুখা তথা পূজা মণ্ডপৰ মুখ্যদ্বাৰ উদ্বোধন কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই । ক’ভিড প্ৰট'কলৰ মাজতো এইদৰে মহিষাসুৰৰ মূৰ্তিয়ে এতিয়াৰে পৰা আকৰ্ষিত কৰিছে ছয়গাঁৱৰ ৰাইজক।
Published by: Kokil Sarma
First published: October 12, 2021, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি