'পাঠান' চলচ্চিত্ৰক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে চলচ্চিত্ৰখন উপভোগ কৰিবনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।
সাংবাদিকক বিধায়ক ৰেকিবুদ্দিনে ক'লে, "চাম, চাম, পাঠান চাম"
তেওঁ পুনৰ কয় যে, "শ্বাহৰুখ খানক মই লগ পোৱা নাই কিন্তু চিনি পাও"।
'পাঠান' ৰ পোষ্টাৰ ফলা ঘটনাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো তেওঁ পুনৰ কয় যে, "আমিতো পাঠান চাম, আমাৰ সমষ্টিৰ মানুহবোৰেও চাব।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|