CAAৰ বিৰোধিতা কৰাই অপৰাধ! চাবুৱাত ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:February 19, 2020, 9:02 AM IST
CAAৰ বিৰোধিতা কৰাই অপৰাধ! চাবুৱাত ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰ
ভাৰতীয় দণ্ডবিধিৰ 448/394/427/34 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে গোহাঁইক।

ভাৰতীয় দণ্ডবিধিৰ 448/394/427/34 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে গোহাঁইক।

  • Share this:
ছাত্ৰ মুক্তিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক জগজিত গোহাঁইক গ্ৰেপ্তাৰ। চাবুৱাত CAA বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল জগজিত গোহাঁয়ে। নিশা চাবুৱাৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ পৰা যোৱা আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰি লৈ যায় ডিব্ৰুগড়লৈ। ৩২/২০নং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ছাত্ৰ নেতাজনক। ভাৰতীয় দণ্ডবিধিৰ 448/394/427/34 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে গোহাঁইক।
First published: February 19, 2020, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading