চৰাইদেউ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত স্বাধীনতা সংগ্ৰামী,দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই।এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে বক্তৃতা প্ৰদান কৰে সোণাৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডাঃ সুনীল দত্তই। আনহাতে সভাৰ আৰম্ভণিতে জিলাখনৰ পাছ গৰাকী মুক্তিযোদ্ধাক জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।এই সভাত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|