মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম চৰকাৰৰ উদ্যোগত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত বিহু শিবিৰৰ আয়োজন ...

অসম চৰকাৰৰ উদ্যোগত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত বিহু শিবিৰৰ আয়োজন ...

মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা ১১,০০০ নাচনী আৰু ঢুলীয়াৰ বিহু প্ৰদৰ্শনৰ বাবে চৰাইদেউ জিলাৰ পৰা অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীৰ দল বাচনিৰ বাবে আজি প্ৰশাসনে সোণাৰি ৰাজহুৱা খেলপথাৰত বিহু শিবিৰৰ আয়োজন কৰে।

  • Share this:
অসম চৰকাৰে অহা ১৪ এপ্ৰিলত গুৱাহাটীত ১১,০০০ নাচনী আৰু ঢুলীয়াৰে বিহু প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িবলৈ প্ৰয়াস কৰিছে। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হব লগা এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ পৰা অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীৰ দল বাচনিৰ বাবে আজি চৰাইদেউ জিলা প্ৰশাসনে সোণাৰি ৰাজহুৱা খেলপথাৰত এটি বিহু শিবিৰৰ আয়োজন কৰে ।

গীণিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা বিহু কাৰ্যসূচীত চৰাইদেউ জিলাৰ পৰা ৪০০ (চাৰিশ) নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। জিলাখনক প্ৰতিনিধিত্ব কৰিব লগা এই বিহুৱা- বিহুৱতীসকলক আজি আয়োজন কৰা  বিহু শিবিৰৰ জৰিয়তে বাচনি কৰা হ'ব।

শেহতীয়া বাতৰি