মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰধানমন্ত্ৰীৰ অনুমতি পালে ১৪ এপ্ৰিলত মুকলি হ'ব চাংসাৰিৰ এইমছ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰীৰ অনুমতি পালে ১৪ এপ্ৰিলত মুকলি হ'ব চাংসাৰিৰ এইমছ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৮৪ শতাংশ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ চাংসাৰীৰ এইমছৰ ! বিহুক বিশ্ববাসীৰ মাজত পৰিচয় কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত সৰু সজাইত অনুষ্ঠিত হ'ব এক বৰ্ণাঢ্য কাৰ্য্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উক্ত অনুষ্ঠানৰ মাজতে চাংসাৰীত নৱনিৰ্মিত এইমছৰ মুকলিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷

  • Share this:
বিহুক বিশ্ববাসীৰ মাজত পৰিচয় কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত সৰু সজাইত অনুষ্ঠিত হ'ব এক বৰ্ণাঢ্য কাৰ্য্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উক্ত অনুষ্ঠানৰ মাজতে চাংসাৰীত নৱনিৰ্মিত এইমছৰ মুকলিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমতি পালে ১৪ এপ্ৰিলত মুকলি হ'ব চাংসাৰিৰ এইমছ ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইমছ পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি কয় ইতিমধ্যে ৮৪ শতাংশ নিৰ্মাণকাৰ্য সম্পন্ন হৈছে ৷ OPD সোৱাও ইতিমধ্যে আৰম্ভ হৈছে ৷ ১৪ এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়খনত ১৫০খন বিচনাযুক্ত IPD সেৱাও আৰম্ভ কৰিব পৰা যাব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । তেনে সময়ত এতিয়া মাথোন দেশৰ প্ৰধানমন্ত্ৰীৰ অপেক্ষাত ৷ প্ৰধানমন্ত্ৰীৰ অনুমতি পালে উক্ত ১৪ এপ্ৰিলৰ বিশেষ দিনটোত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে উদ্বোধন হব চাংসাৰীৰ এইমছ ৷

শেহতীয়া বাতৰি