আজিৰে পৰা স্থানান্তৰ হ’ব উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাট!

লুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত

news18assam
Updated:June 12, 2019, 10:31 AM IST
আজিৰে পৰা স্থানান্তৰ হ’ব উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাট!
লুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত
news18assam
Updated: June 12, 2019, 10:31 AM IST
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত পুনৰ স্থানান্তৰ কৰা হ'ব উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰঘাট।বুধবাৰৰ পৰা স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে ৰজাদুৱাৰ পাৰঘাট। লুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে মধ্যম খণ্ড ঘাটত সংযোজিত ৰজাদুৱাৰ ঘাট পূৰ্বৰ স্থানলৈ নিয়া হ’ব বুলি জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি