মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Nimatighat Boat Tragedy : নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে

Nimatighat Boat Tragedy : নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে

News18 Assam | News18-Assam
Updated:September 11, 2021, 4:33 PM IST
Nimatighat Boat Tragedy : নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে
binary comment

Nimatighat Boat Tragedy : হত্যাৰ গোচৰত অভিযুক্ত কৰি শীঘ্ৰে মন্ত্ৰী পাটোৱাৰী (Chandramohan Patowary)ক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনালে আছুৱে। 

  • News18 Assam
  • Last Updated: September 11, 2021, 4:33 PM IST
  • Share this:
নিমাতীঘাটৰ নাও দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandramohan Patowary)ৰ মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে।

হত্যাৰ গোচৰত অভিযুক্ত কৰি শীঘ্ৰে মন্ত্ৰী পাটোৱাৰীক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনালে আছু (AASU)ৱে।

বৃহস্পতিবাৰে দুৰ্ঘটনাটোক লৈ মাজুলী (Majuli)ত হোৱা প্ৰতিবাদৰ সময়ত ছাত্ৰ সমাজৰ ওপৰত বৰ্বৰোচিতভাৱে আৰক্ষীয়ে লাঠী চালনা কৰা ঘটনাৰো তদন্ত দাবী কৰিছে আছুৱে।

একেসময়ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ মাজুলী জিলা ছাত্ৰ সন্থাৰ।
Published by: Manjumoni Borah
First published: September 11, 2021, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি