স্তব্ধ হৈ পৰিব ৰাজপথ! ২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

মটৰ শ্ৰমিক সংগঠনৰৰ যৌথ মঞ্চৰ প্ৰতিবাদ
মটৰ শ্ৰমিক সংগঠনৰৰ যৌথ মঞ্চৰ প্ৰতিবাদ
- News18 Assam
- Last Updated: January 14, 2021, 11:54 AM IST
অসংগঠিত খণ্ডৰ ৮ৰ পৰা ৯ লাখ চালক কৰ্মচাৰীক চৰকাৰে শুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে ল’ক ডাউৰ ফলত কৰ্মহীন হৈ পৰে শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই।
তেওঁলোকৰ প্ৰধান দাবী সমূহৰ ভিতৰত আছে- যানবাহন কৰ ৰেহাই, বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা।