মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal)। সোণোৱালৰ মনোনয়নপত্ৰ দাখিলত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু BJPৰ সভাপতি ভৱেশ কলিতা।

মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) ।
পুৱা ৯:৩০ বজাত দাখিল কৰিব মনোনয়ন পত্ৰ ৷ সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে সোণোৱালক সংগ দিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|