মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাইলৈ ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোণোৱালে ! কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই...

কাইলৈ ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোণোৱালে ! কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই...

News18 Assam | News18-Assam
Updated:September 20, 2021, 7:51 PM IST
কাইলৈ ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোণোৱালে ! কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই...
মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal)। সোণোৱালৰ মনোনয়নপত্ৰ দাখিলত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু BJPৰ সভাপতি ভৱেশ কলিতা।

  • News18 Assam
  • Last Updated: September 20, 2021, 7:51 PM IST
  • Share this:
মংগলবাৰে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) ।

পুৱা ৯:৩০ বজাত দাখিল কৰিব মনোনয়ন পত্ৰ ৷ সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে সোণোৱালক সংগ দিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব ।
Published by: Kokil Sarma
First published: September 20, 2021, 7:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি