প্ৰাক্তন DGP খগেন শৰ্মা আৰু পত্নীৰ বিৰুদ্ধে CBIক তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

২০১০চনত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।

news18
Updated:June 6, 2019, 5:19 PM IST
প্ৰাক্তন DGP খগেন শৰ্মা আৰু পত্নীৰ বিৰুদ্ধে CBIক তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
২০১০চনত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।
news18
Updated: June 6, 2019, 5:19 PM IST
ঋত্বিক কৌশিক, নিউজ18:

# প্ৰাক্তন DGP খগেন শৰ্মাৰ বিৰুদ্ধে CBIক তদন্তৰ নিৰ্দেশ
# CBIক তদন্তৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

# খগেন শৰ্মাৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ
# ভূমি অধিগ্ৰহণ গোচৰত অভিযুক্ত দুয়োগৰাকী
# ২০১০ চনতে পল্টনবজাৰ থানাত ৰুজু হৈছিল গোচৰ
# গোচৰ তৰিছিল মাগনি দেৱী জৈন নামৰ মহিলাগৰাকীয়ে
আৰু চাওক পৰৱৰ্তী বাতৰি