মালিগাঁৱৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত CBIৰ অভিযান

কেইবা ঘণ্টা ধৰি ৰে’লৱেৰ কাৰ্যালয়ত চলিল চিবিআইৰ এই অভিযান।

news18assam
Updated:July 11, 2019, 10:26 PM IST
মালিগাঁৱৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত CBIৰ অভিযান
কেইবা ঘণ্টা ধৰি ৰে’লৱেৰ কাৰ্যালয়ত চলিল চিবিআইৰ এই অভিযান।
news18assam
Updated: July 11, 2019, 10:26 PM IST
মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চিবিআইৰ অভিযান। ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ ১৪টাকৈ স্থানত অভিযান চলাই চিবিআয়ে। বিজ্ঞাপনৰ নামত ১৫৮ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৰে’লৱেৰ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে। ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ কেইবাগৰাকীও জনসম্পৰ্কৰক্ষী বিষয়াক সোধা–পোছা কৰে অভিযানকাৰী দলটোৱে। অভিযানত বহু নথি-পত্ৰ জব্দ কৰে চিবিআয়ে। কেইবা ঘণ্টা ধৰি ৰে’লৱেৰ কাৰ্যালয়ত চলিল চিবিআইৰ এই অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি