• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান...

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান...

গুৱাহাটীৰ সৰুমতৰিয়া বাসগৃহত CBIৰ অভিযান। পুত্র অশোক শইকীয়াক বিচাৰি অভিযান চলাইছে CBIয়ে ।

গুৱাহাটীৰ সৰুমতৰিয়া বাসগৃহত CBIৰ অভিযান। পুত্র অশোক শইকীয়াক বিচাৰি অভিযান চলাইছে CBIয়ে ।

গুৱাহাটীৰ সৰুমতৰিয়া বাসগৃহত CBIৰ অভিযান। পুত্র অশোক শইকীয়াক বিচাৰি অভিযান চলাইছে CBIয়ে ।

  • Share this:

  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBI ৰ অভিযান।

  • গুৱাহাটীৰ সৰুমতৰিয়া বাসগৃহত CBIৰ অভিযান। পুত্র অশোক শইকীয়াক বিচাৰি অভিযান চলাইছে CBIয়ে ।

  • কলিকতাৰ পুৰণি গোচৰত নাম সাঙোৰ খাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। দুটাকৈ গোচৰ ৰুজু হৈছে অশোক শইকীয়াৰ বিৰুদ্ধে ।

  • এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত এই অভিযান।

  • 202/1998 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ। 2001 ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ।

  • CBI ৰ কলকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু।

  • 2013 ত 6/E/2001 গোচৰত দোষী সাব্যস্ত হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ অশোক শইকীয়া।

  • ৯ নৱেম্বৰত অশোক শইকীয়া হাজিৰ হ’ব লাগিব CBI ৰ বিশেষ আদালতত।

Published by:Himangshu Bhuyan
First published: