গ্ৰেপ্তাৰ হ’ব নেকি ৰকিবুল হুছেইন? ৰকিবুল হুছেইনৰ বিৰুদ্ধে CBIত গোচৰ

আয়কৰ ফাঁকিৰ অভিযোগ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে

News18-Assam
Updated:September 18, 2019, 9:27 PM IST
গ্ৰেপ্তাৰ হ’ব নেকি ৰকিবুল হুছেইন? ৰকিবুল হুছেইনৰ বিৰুদ্ধে CBIত গোচৰ
Source-Google
News18-Assam
Updated: September 18, 2019, 9:27 PM IST
ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে CBIত ৰুজু কৰা হৈছে গোচৰ। আয়কৰ ফাঁকিৰ অভিযোগ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই তৰিছে গোচৰ। আয়কৰ বিভাগৰ প্ৰধান মুখ্য আয়ক্তলৈ ইতিমধ্যে CBI এ প্ৰেৰণ কৰিছে পত্ৰ। গোচৰৰ তদন্ত কৰি ব্যৱস্থা ল’বলৈ ক’লে CBI-এ।
আৰু চাওক পৰৱৰ্তী বাতৰি