মুখ্যপৃষ্ঠা »খবৰ »অসম »হাৱালৰ জৰিয়তে ধনৰ উৎকোচ লোৱা সংক্ৰান্তত CBIৰ গ্ৰেপ্তাৰ ৭জনক

হাৱালৰ জৰিয়তে ধনৰ উৎকোচ লোৱা সংক্ৰান্তত CBIৰ গ্ৰেপ্তাৰ ৭জনক

file photo

file photo

CBIৰ জালত পৰে গুৱাহাটীৰ ADRM জিতেন্দ্ৰ পাল সিং।

  • Share this:

CBIৰ জালত পৰিল সাতজন লোক। ইয়াৰে এজন এডিচনেল ডিভিজনেল ৰে'লৱে মেনেজাৰ। হাৱালৰ জৰিয়তে ধনৰ উৎকোচ লোৱা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয় আটাইকে।


দিল্লী, নাৰোৰা, গুৱাহাটী, শিলিগুৰি আৰু আলিগড়ত CBIই অভিযান চলোৱাই ADRMসহ গ্ৰেপ্তাৰ কৰে সাতজনক। CBIয়ে লগতে  অভিযানত উদ্ধাৰ কৰে নগদ ৪৭ লাখ টকা, লেপটপ আৰু অন্যান্য সা-সামগ্ৰী।


CBIৰ জালত পৰে গুৱাহাটীৰ ADRM জিতেন্দ্ৰ পাল সিং। ইয়াৰ লগতে ঠিকাদাৰ শ্যামল কুমাৰ দে', বিষয়া হৰি উম, গাড়ীচালক যোগেন্দ্ৰ কুমাৰ সিং, হাৱালা অপাৰেটৰ গ্ৰুপৰ ধনভৰালী দিলৱাৰ খান, হাৱালা দোকানৰ মালিক বিনোদ কুমাৰ সিংহাল আৰু হাৱালাৰ ধনভৰালী সঞ্জিত ৰয়ো আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ।

শেহতীয়া বাতৰি