নকল ধৰাৰ বাবে ৰাইজে ঘুচিয়াই ভাঙিলে টেট শিক্ষয়িত্ৰীৰ নাক

News18-Assam
Updated:June 24, 2019, 5:51 PM IST
নকল ধৰাৰ বাবে ৰাইজে ঘুচিয়াই ভাঙিলে টেট শিক্ষয়িত্ৰীৰ নাক
 ধুবুৰীৰ আদাবাৰী এম ই স্কুলত সংঘটিত হয় এই ঘটনা। ৰক্তাক্ত অৱস্থাত শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।

 ধুবুৰীৰ আদাবাৰী এম ই স্কুলত সংঘটিত হয় এই ঘটনা। ৰক্তাক্ত অৱস্থাত শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।

  • Share this:
ধুবুৰীত ইউনিট টেষ্ট পৰীক্ষাত ছাত্ৰক নকল ধৰাক কেন্দ্ৰ কৰি টেট শিক্ষয়িত্ৰীক প্ৰহাৰ ৰাইজৰ। তাজনিন বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীক কাৰ্যালয়ৰ ভিতৰতে মাৰপিট কৰিলে একাংশই। ধুবুৰীৰ আদাবাৰী এম ই স্কুলত সংঘটিত হয় এই ঘটনা।



ৰক্তাক্ত অৱস্থাত শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত।

 

 
First published: June 24, 2019, 5:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি