BSF জোৱানক আক্ৰমণ কৰা ৩টা গৰু বেপাৰী গ্ৰেপ্তাৰ

ধৃত হাননান মিঞা, মুকুল আলী আৰু মইদুল ইছলাম

news18assam
Updated:May 6, 2019, 6:23 PM IST
BSF জোৱানক আক্ৰমণ কৰা ৩টা গৰু বেপাৰী গ্ৰেপ্তাৰ
ধৃত হাননান মিঞা, মুকুল আলী আৰু মইদুল ইছলাম
news18assam
Updated: May 6, 2019, 6:23 PM IST
BSF আক্ৰমণত জড়িত ৩টাক গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা আৰক্ষীৰ জালত ৩টা গৰু বেপাৰী। ধৃত হাননান মিঞা, মুকুল আলী আৰু মইদুল ইছলাম। ধৃত আক্ৰমণকাৰী কেইটাক ৰখা হৈছে খাৰুৱাবান্ধা থানাত। BSF জোৱানক আক্ৰমণ কৰিছিল ২০/২৫ জনীয়া দলে। বৰ্তমানো পলাতক বাকীকেইটা আক্ৰমণকাৰী। আহত BSF জোৱানজন বৰ্তমানো চিকিত্‍সাধীন।
আৰু চাওক পৰৱৰ্তী বাতৰি