বৃহস্পতিবাৰে অসম বংগ সীমান্তৰ ছাগলীয়াত সংঘটিত হয় এই ঘটনা। উত্তৰ প্ৰদেশৰ পৰা ত্ৰিশটাকৈ গৰু কঢ়িয়াই আনিছিল কন্টেইনাৰখনে ৷
বৃহস্পতিবাৰে অসম বংগ সীমান্তৰ ছাগলীয়াত সংঘটিত হয় এই ঘটনা। উত্তৰ প্ৰদেশৰ পৰা ত্ৰিশটাকৈ গৰু কঢ়িয়াই আনিছিল কন্টেইনাৰখনে ৷
নিশা দাউ দাউকৈ জ্বলি উঠিল গৰু কঢ়িওৱা কণ্টেইনাৰ ৷ বৃহস্পতিবাৰে অসম বংগ সীমান্তৰ ছাগলীয়াত সংঘটিত হয় এই ঘটনা।
উত্তৰ প্ৰদেশৰ পৰা ত্ৰিশটাকৈ গৰু কঢ়িয়াই আনিছিল কন্টেইনাৰখনে ৷ নিশা জব্দকৃত গৰু কঢ়িওৱা ১৮ চকীয়া কণ্টিইনাৰখন জ্বলাই দিলে দুৰ্বৃত্তই।
ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত জব্দকৃত গৰু কঢ়িওৱা RJ 05 GA 8385 নম্বৰৰ কণ্টিইনাৰখন নিশা থানা চৌহদৰ কাষতেই জ্বলাই দিয়ে দুৰ্বৃত্তই । ১৮ চকীয়া কণ্টিইনাৰখন যোৱা ২৬ ডিচেম্বৰত আটক কৰিছিল ছাগলীয়া আৰক্ষীয়ে। কিন্তু নিশা দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ কৰিছে। বৰ্তমান ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে , কিছুদিন পূৰ্ৱে ধুবুৰী জিলাৰ কাছাৰীহাটত আৰক্ষীয়ে গৰুসহ জব্দ কৰা এখন বাহন জ্বলাই দিছিল দুৰ্বৃত্তই।
উল্লেখ্য যে, বহিঃ ৰাজ্যৰ পৰা অসমত গৰু প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ পিছত ধুবুৰী আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কিন্তু ইয়াৰ পিছতো গৰু সৰবৰাহকাৰীয়ে প্ৰতিদিনে অৱলম্বন কৰিছে ন ন পন্থা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|