‍Breaking: উজান বজাৰৰ বৰখেলিয়া নামঘৰত চোৰৰ লুটপাত

 মূলদ্বাৰৰ তলা ভাঙি লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ ধন-সোণ

news18assam
Updated:May 5, 2019, 11:20 AM IST
‍Breaking: উজান বজাৰৰ বৰখেলিয়া নামঘৰত চোৰৰ লুটপাত
গুৱাহাটীৰ উজান বজাৰৰ বৰখেলিয়া নামঘৰ
news18assam
Updated: May 5, 2019, 11:20 AM IST
মহানগৰীৰ নামঘৰত চোৰৰ লুটপাত। উজান বজাৰৰ বৰখেলিয়া নামঘৰৰ পৰা লুটি লৈ গ’ল মন্দিৰৰ দানপাত্ৰৰ ধন-সোণ।



মূলদ্বাৰৰ তলা ভাঙি লুটি নিলে সামগ্ৰীখিনি। ১৯৪৭ চনত প্ৰতিষ্ঠা হৈছিল নামঘৰটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত।
আৰু চাওক পৰৱৰ্তী বাতৰি