প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিলে গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে

News18-Assam
Updated:September 4, 2019, 10:48 AM IST
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিলে গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে
উদ্দেশ্যপ্ৰণোদিতভাৱে NRCত খিলঞ্জীয়াৰ নাম কৰ্তন কৰাৰো অভিযোগ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ।

উদ্দেশ্যপ্ৰণোদিতভাৱে NRCত খিলঞ্জীয়াৰ নাম কৰ্তন কৰাৰো অভিযোগ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ।

  • News18 Assam
  • Last Updated: September 4, 2019, 10:48 AM IST
  • Share this:
NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু। লতাশিল থানাত হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে। NRCত ব্যাপক বিসংগতিৰ অভিযোগ তুলি হাজেলাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ। কৰ্তব্যত গাফিলতি কৰা বিষয়া–কৰ্মচাৰীক শাস্তিৰ দাবী সংগঠনটোৰ। উদ্দেশ্যপ্ৰণোদিতভাৱে NRCত খিলঞ্জীয়াৰ নাম কৰ্তন কৰাৰো অভিযোগ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক
পৰৱৰ্তী বাতৰি