ব্যৱসায়ী ৰাজেশ হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগত গোচৰ

এইবাৰ হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

News18-Assam
Updated:August 4, 2019, 12:19 PM IST
ব্যৱসায়ী ৰাজেশ হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগত গোচৰ
এইবাৰ হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
News18-Assam
Updated: August 4, 2019, 12:19 PM IST
পুনৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মতসিংকা। এইবাৰ হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অনুসূচিত জাতি কল্যাণ বিভাগৰ সঞ্চালক দেৱ কুমাৰ কলিতাই দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ। ব্যৱসায়ীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাৰ অধীনত ২১১৯/১৯ নং গোচৰ ৰুজু কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি