• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, মিনি দিছপুৰত পৰিণত ধেমাজি

আজি ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, মিনি দিছপুৰত পৰিণত ধেমাজি

আজি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব।

আজি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব।

আজি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব।

  • Share this:
আজি ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকক লৈ এতিয়া মিনি দিছপুৰত পৰিণত হৈছে ধেমাজি। বুধবাৰে সন্ধিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰীমণ্ডল গৈ উপস্থিত হৈছে ধেমাজিত।

আজি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব। কেবিনেট বৈঠকক লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে সজাই পৰাই তোলা হৈছে ধেমাজি। এই কেবিনেট বৈঠকক লৈ যথেষ্ট আশাবাদী ধেমাজীবাসীও।
Published by:Sanjay Kumar Das
First published: